"যাত্ৰা"ৰ "ৰেন্ মৌ"ত আইচেংফাৰ স'তে গায়িকা/অভিনেত্ৰী দীপলিনা ডেকা | Jaatra EP04 feat.

Поделиться
HTML-код
  • Опубликовано: 21 окт 2024

Комментарии • 125

  • @hiranyarajkhowa4119
    @hiranyarajkhowa4119 9 месяцев назад +7

    বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিলো।দীপলীনা ডেকা অসমৰে এগৰাকী উদীয়মান আৰু প্ৰতিভাশালী সুন্দৰ, সুৰীয়া আৰু অনূভৱী গায়িকা।

  • @nilnayandeka682
    @nilnayandeka682 Год назад +8

    আইছেংফা বা আপোনাক দেখিলে কহিনুৰৰ মঞ্চৰ অসীমত যাৰ হেৰাল সীমা লৈ মনত পৰে। অনুষ্ঠান টো ভাল লাগিল ❤

  • @Dhansd
    @Dhansd 11 месяцев назад +7

    Meghranjani baa k invite koribasun baa please it’s a humble request….Deeplina baa r dre Megha ba r kotha bur xunibo mon jai
    Both are my favourite ❤😊

  • @purbalimedhi4501
    @purbalimedhi4501 Год назад +17

    Deeplina bak val loga ru val puar bohut karon ase. Logote apuniu priyo aichengfa ba❤

  • @lakhyajeetphukan2379
    @lakhyajeetphukan2379 Год назад +15

    দুটি সুন্দৰ কণ্ঠৰ অধিকাৰী দুয়োগৰাকী ❤️❤️ সুন্দৰ অনুস্থান . . . 😊

  • @Krishnakoch174
    @Krishnakoch174 9 месяцев назад +5

    Always my favourite deeplina ba❤❤❤❤🎉🎉🎉🎉

  • @nirodkumarchoudhury6807
    @nirodkumarchoudhury6807 Год назад +10

    খুব সুন্দৰ অনুষ্ঠান, বহুত ভাল লাগিল । দুয়োগৰাকীৰ যাত্ৰাত সুন্দৰ সমাহাৰ ।

  • @sauravgogoi1471
    @sauravgogoi1471 Год назад +15

    Two decent Ladies having a Gentle Conversation 👌🏼👏😇🥰

  • @pinkyahisthaofficial
    @pinkyahisthaofficial Год назад +6

    Iman dhunia gothon mulok alosona hoise…khosake bohut val lagil…deeplina baa i kuar nisina ke যাত্ৰাৰ যাত্ৰা সদাই এনেকৈয়ে অৱ্যাহত থাকক💐।

  • @dijugogoidijugogoi8190
    @dijugogoidijugogoi8190 5 месяцев назад +2

    Deeplina, tumar voice tu bahut sweet , asomiya songit jagat tumar geetere bhorai Tula ...... Natun prajanmoi siradin monot rakhibo porakoi. Bahut Shubheshya thakil.

  • @arunjyoti2302
    @arunjyoti2302 11 месяцев назад +4

    কি ক’ম ! বৰ ভাল লাগিল ৷যাত্ৰাৰ যাত্ৰা অব্যাহত থাকক তাৰ কামনাৰে ❤❤❤

  • @nabanitadeka7443
    @nabanitadeka7443 Год назад +11

    দীপলীনা সদায় প্ৰিয় মোৰ❤️❤️আইচেংফাও প্ৰিয়❤️

  • @abhishrutibaruah
    @abhishrutibaruah 9 месяцев назад +2

    Beautiful episode with pretty Deeplina ma'am❤

  • @nitaparashar7638
    @nitaparashar7638 Год назад +7

    খুউব ভাল লাগিল অনুষ্ঠানটো চাই , দুয়োগৰাকীৰ ব্যক্তিত্বই প্ৰভাৱিত কৰে মোক, চৌপাশৰ পৰিৱেশ যোগাত্মক হৈ পৰে আপোনালোকৰ কথাবোৰ শুনিলে ,এনেকৈয়ে ভাল কামবোৰ হৈ থাকক , শুভকামনা সদায় আছে আৰু থাকিব ।❤️❤️❤️

  • @geetimalikagogoi967
    @geetimalikagogoi967 10 месяцев назад +3

    Good ❤
    Sweet feeling..

  • @DeeplinaDekalove
    @DeeplinaDekalove Год назад +3

    Sob falor pa perfect deeplina ba jni.bak val pua bht karon ase🥺💕

  • @Vio-q5c
    @Vio-q5c Год назад +8

    Invite Tanmoy Saikia..the kid of music industry making hits every time. Hope to see him

  • @sinmoi
    @sinmoi 11 месяцев назад +3

    Always my favourite deeplina ba ❤

  • @bdmsband6127
    @bdmsband6127 Год назад +8

    দু‌য়োগৰাকীয়ে বৰ প্ৰিয় 💕 ❤️ বৰ সুন্দৰ হৈছে অনুষ্ঠানটি 👌

  • @Deepbubu
    @Deepbubu Год назад +8

    দীপলিনা বা কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা দেৱৰ সংগীত কেইটামান লৈ কভাৰ এলবাম এটা কৰক চোন। আপোনাৰ কন্ঠত ৰাভা দেৱৰ গীত শুনিবলৈ বৰ অপেক্ষাৰে ৰৈ আছোঁ।

  • @runeeagomacharyya266
    @runeeagomacharyya266 10 месяцев назад +2

    Tumaluk aguwai juwa -nicoy bahut struggle lagib ,sangitor maje maje samajor babeu Kam
    Kori juwa .

  • @rupanta-tu8vu
    @rupanta-tu8vu Год назад +10

    Salute from.... Kashmir.. Pulwama(indian army.). Protectors of pulwama

    • @PALLAB928
      @PALLAB928 Год назад +1

      Hum kupwara se ___

    • @karbianglongtimes
      @karbianglongtimes 5 месяцев назад

      stop commenting on these disgusting topics that are not related to this beautiful podcast environment.

  • @mouchumidas9373
    @mouchumidas9373 Год назад +3

    Bhut besi val lgil....ru 2u goraki a bhut priyo hoi.... যাত্ৰা নিয়মীয়া সহযাত্ৰী হয়❤❤❤❤❤❤❤❤❤❤❤❤❤❤

  • @handloom1621
    @handloom1621 Год назад +6

    Great episode ...ভাল লাগিল চাই

  • @Deepbubu
    @Deepbubu Год назад +4

    বহুত বহুত ভাল লাগিল

  • @Mridupabanamchi6259
    @Mridupabanamchi6259 2 месяца назад

    My favourite singer ❤

  • @pranabtalukdar7452
    @pranabtalukdar7452 9 месяцев назад +3

    মোৰ আটাইতকৈ ভাল লগা বা জনী as a singer as a dancer ♥️❤❤❤ from nalbari ....

  • @kashmirisaikia6638
    @kashmirisaikia6638 Год назад +6

    To be honest I never knew you before You're really very talented woman Aichengfa ba. and Deeplina Deka evergreen beautiful by soul'

  • @priyankutamuliVlogs
    @priyankutamuliVlogs 8 месяцев назад +2

    Bhal lgile ❤

  • @chumibora6485
    @chumibora6485 8 месяцев назад +2

    Mojja

  • @jitenrabha9674
    @jitenrabha9674 8 месяцев назад +3

    মই সহযাত্ৰীয়ে কৈছোঁ, দীপলিনা ডেকা এক বহুমুখী প্ৰতিভাৰ অধিকাৰী দীপলিনা অনন্যা

  • @tinytittoo8474
    @tinytittoo8474 Год назад +3

    Assamesot one piece I ase multitalented suali, heiya amar moromor deeplina baa❤❤

  • @rodalivlogs5531
    @rodalivlogs5531 Год назад +3

    Aaisenfa baa k njnu kyo imn vl lge apunar avinoy akow sabo bisaru baa plz.....
    Duyu goraki priya nari lg hoi ki xundar jugalbandi kori tulisa.. khubei vl lgil anusthanti..morom thakil❤

  • @bhakhikas.gofficial9616
    @bhakhikas.gofficial9616 Год назад +3

    Two favourite ❤️

  • @padmeswarborah-yy1zr
    @padmeswarborah-yy1zr Год назад +2

    আমি গানৰ বাবে বৈশিষ্ট্য বিচাৰ নকৰাকৈ কাৰ কিমান গান গায় গৈছে লক্ষ্য নকৰি গায়ক, গায়িকা সকলৰ কণ্ঠ নিগৰোৱা দিশলৈ চাও ভাল লাগিলে শুনো কেতিয়াবা বহু বাৰো শুনিবলৈ মন যায় নিৰ্দিষ্ট শিল্পীৰ, উদাহৰণ স্বৰূপে মাননীয় মহেন্দ্ৰ হাজৰিকাৰ সকলো মাটিৰ গানে আপ্লুত কৰি ৰাখে,ৰভাদেৱ, জ্যোতি প্ৰসাদ, স্বাভিমানী জাতীয় গায়ক অতি শ্ৰদ্ধাৰ গায়ক ভূপেন হাজৰিকা দেৱ, খগেন মহন্তদেৱ , ৰামেশ্বৰ পাঠক দেৱ, দীপালী বাইদেউ, সান্তা উজীৰ,অনিমা পাঠক, আৰু বৰ্তমানৰ দ্বিজেন বৰুৱা দেৱ, জুবিন গাৰ্গ,পাপণ মহন্তকে ধৰি ন পুৰণি বহু গায়িকা,গায়কৰ সৃষ্টি অসম মুলুকত জন্মগ্ৰহণ হৈছে বহুতো হ'ষ্টীৰ নাম লৱলৈ অসমৰ্থ নহ'লো ক্ষমা প্ৰাৰ্থনা অৰ্চনা কৰা হ'ল।। শুভ সন্ধ্যা প্ৰেৰণ কৰিলো ❤🎉❤।। আপোনাৰ অনুষ্ঠানৰ উন্নতি কামনাৰে অষ্ট্ৰেলিয়াৰ প্ৰাৰ্থনা জনালোঁ।।

  • @janmonixaikia6360
    @janmonixaikia6360 2 месяца назад +1

    দিপলিঙা দেকা বাৰ কথাবোৰ ভাল লাগিল

  • @misingshortvideos
    @misingshortvideos Год назад +1

    Aichengfa ba has been one of my most favorite since childhood ,wanna meet someday.

  • @happymonidevi351
    @happymonidevi351 Год назад +4

    Deeplina baa ❤ xosakoi vl lgile sai😊

  • @NarienNarien-k9b
    @NarienNarien-k9b 3 месяца назад

    good morning very very sweet and beautiful jaatra god bless you

  • @chitrineeborah2241
    @chitrineeborah2241 Год назад +5

    দুয়োগৰাকী মোৰ অতি প্ৰিয় ।অনুষ্ঠানটি চাই বহুত ভাল লাগিল ❤❤

  • @NarienNarien-k9b
    @NarienNarien-k9b 4 месяца назад

    Good night thank you most beautiful jaata god bless you

  • @gargisarma8840
    @gargisarma8840 Год назад +3

    love you both....nice program

  • @dipsikhatalukdar3147
    @dipsikhatalukdar3147 Год назад +3

    Fvrt one ❤

  • @jatingogoiofficial
    @jatingogoiofficial Год назад +4

    সুন্দৰ অনুষ্ঠান ❤

  • @rashmisvlog1618
    @rashmisvlog1618 Год назад +3

    ১০ দিনৰ পাছত এই অনুষ্ঠানটি চালো 😊ভাল লাগিল বহুত বেছি। দুগৰাকী বহু প্রতিভাবান নাৰী আৰু দুগৰাকী মোৰ খুব প্রিয় ❤বহুত দিনৰ পাছত এটা ভাল প্রাসঙ্গিক অনুষ্ঠান চালো। দুগৰাকীলৈ শুভকামনা থাকিল ❤

  • @khen578
    @khen578 Год назад +3

    Love from arunachal pradesh ba ❤

  • @KolitaRohini
    @KolitaRohini Год назад +3

    Xundr

  • @simabora2171
    @simabora2171 Год назад +3

    Khub val ata podcast❤

  • @abhisvlogxyz
    @abhisvlogxyz Год назад +3

    9.18 Am ৰবিবাৰে এই interview টো চাই থাকো হঠাৎ মোৰ ভন্টি অনুষিকাই tv টো লগাই হত্যাত বা য়ে কোৱা জিদ্দি কাঞ্চা গান টো বাজি উঠে । কিবা এটা ভাল লাগে বা আপোনাৰ গান শুনি । মইও কিবা লিখাৰ আগত নিজকে feel লৈ লিখিব চেষ্টা কৰোঁ আৰু সেই feel টো আনিবৰ কাৰণে আপোনাৰ গান শুনি থাকো । Thank you so আমাক ইমান ধুনীয়া ধুনীয়া গান উপহাৰ দিয়াৰ বাবে ❤

  • @lsd4889
    @lsd4889 Год назад +3

    Deeplina deka baa jnir kono ohangkar ni dei ..n dress patio bht marjit so bhtt vl lge baa jnik

  • @benudharrabha9119
    @benudharrabha9119 Год назад +3

    Hi , good morning for you both Deeeplina ❤ . Have a nice and beautiful day. Very good and free Frank discussion attracting each and every one.

  • @dulumajumdar5616
    @dulumajumdar5616 Год назад +3

    So good talk Show ❤❤❤

  • @rishabarman5653
    @rishabarman5653 Год назад +5

    Val lagil baa . Deeplina baa val lge❤

  • @benudharrabha1729
    @benudharrabha1729 Год назад +4

    Very nice conversation ❤

  • @krishnahazarika6391
    @krishnahazarika6391 Год назад +4

    Tarali Sharma, Subasana Dutta, Zublee ba & Priyanka baa hokolok matibo 👍

  • @nabamedhi5284
    @nabamedhi5284 9 месяцев назад +3

    Dimpu Baruah k Matibsun val pab hokalowe❤

  • @NayanmoniGogoi-g5i
    @NayanmoniGogoi-g5i Год назад +3

    🙏

  • @mrkitchenmrvlogsmrkmrv8125
    @mrkitchenmrvlogsmrkmrv8125 Год назад +2

    Bhal lagile dei.....❤duigorakike dhuniya lagise

  • @tiluttamagogoi4578
    @tiluttamagogoi4578 8 месяцев назад +1

    বৰ সুন্দৰ অনুস্থান। মোৰ বৰ প্ৰিয় আইচেংফাৰ যাত্ৰা অনুস্থান।যাত্ৰা অব্যাহত থাকক । আগবাঢ়ি যাওঁক।

  • @jintusvlogs2808
    @jintusvlogs2808 Год назад +1

    দীপলিনাতকৈ তুমি বহুত বেছি ধুনীয়া হয় ❤

  • @bhabanigogoi3278
    @bhabanigogoi3278 5 месяцев назад +1

    Nice❤❤

  • @ranjandeka2017
    @ranjandeka2017 Год назад +3

    Val lagil

  • @purbarajkhowa5527
    @purbarajkhowa5527 Год назад +3

    Val gaisa

  • @bibekdas7878
    @bibekdas7878 Год назад +3

    Dhuniya lagela

  • @mandeepmusical
    @mandeepmusical Год назад +2

    Neel da❤k lage oti xunkale🥰

  • @sushilkonwar7012
    @sushilkonwar7012 11 месяцев назад +3

    মই লিখা গানৰ -- কণ্ঠ নিগৰাব কনো -- যদি তুমি -- আতৰি যোৱা

  • @kabyashreesworld1221
    @kabyashreesworld1221 Год назад +2

    দুয়োগৰাকী প্ৰিয়❤️❤️❤️

  • @MomichetiaMomichetia
    @MomichetiaMomichetia Год назад +3

    Wow❤❤❤

  • @nihar_.r._bayan6207
    @nihar_.r._bayan6207 10 месяцев назад +2

    Prabin Borah Da k Matibo sun Please ❤❤❤ Purona Zubben Da r vibes diya manhu jon ❤

  • @ankitadutta2286
    @ankitadutta2286 Год назад +3

    Baa❤️❤️

  • @bitupanborgohain7799
    @bitupanborgohain7799 Год назад +3

    একে বহাতে অলপো স্কিপ নকৰাকৈ চাই শেষ কৰিলোঁ।।❤❤❤

  • @prabaldeka123
    @prabaldeka123 Год назад +3

    Bhal lagil baa 😊

  • @sushilkonwar7012
    @sushilkonwar7012 Год назад +1

    আপোন বুলি ভাৱে কাক -- যাৰ থাকে নেকী প্ৰতিভা --- মই ভাৱো সাহসেই হল --- মানুহৰ আচল প্ৰতিভা --- সেই য়ে জানিবা -- প্ৰতিভা নেওচি -- আনৰ মৰম বুটলিববৈ নাযাবা --- তোমাৰ লজিক নাথাকিলে --- কাকো একো নকবা --- প্ৰতিভা নিজে নিজে -- তোমাৰ মনত, ভাৱত, কল্পনাত --- প্ৰতিভাই লগ দিব--পাৰিবা জানো মনত ৰাখিব --- কল্পনাই কি কয় --- ভাৱত কি উদয় হয় -- মনত কি ক্ৰীয়া কৰে -- নিজৰ ব্যক্তিত্বক সদায় -- সমালোচনা দিশেৰে চাবা --- ইন ফিউচাৰ মে বি ফিল চুইট ফুল মভমেন্ট ফ্ৰম দি হাৰ্টিচ ফ্লৱাৰচ
    অনুভৱ যাকলৈ তাৰণাৰ সৃষ্টি হয় -- এই টো মানুহৰ ক্ষেত্ৰতে হয় নে ---পক্ষু পক্ষী ক্ষেত্ৰতো হয় ---কাৰণ মানুহে মৃত্যু দিনাৰ লৈকে ---জীয়াই থাকিম বুলিও ভাৱে-- কেতিয়াও মৰিম বুলি নাভাৱে - এই ধাৰণা কাৰ হব পাৰে -
    - নিয়তি যদি আহে -- মোৰ অতি আপোন জনেই -- হয়তু আনৰো অপ্ৰিয়--- ভাজন হব পাৰে --
    মানুহৰ হয় যদি --- এনে প্ৰবৃতি --- ভাৱি জানো লাভ আছে ---

  • @pityborah2709
    @pityborah2709 Год назад +2

    Hi farst cament bohut vl lagil

  • @bagmitasaikia
    @bagmitasaikia Год назад +3

  • @garimamatunath6676
    @garimamatunath6676 Год назад +3

    Nice ba❤

  • @janardhanadhikary2385
    @janardhanadhikary2385 5 месяцев назад

    আইছেংফা বা আপুনি অৰুন্ধতী ভানুপ্ৰিয়া বাক আনিবছোন।

  • @jyotikagogoi582
    @jyotikagogoi582 Год назад +2

    ❤❤❤❤

  • @1234BAGRI
    @1234BAGRI Год назад +2

    Aaji first saisu, bhal laagise apunar show sai... Baidow

  • @সত্যজিত__বড়া
    @সত্যজিত__বড়া 7 месяцев назад

    Tonmoy saikia

  • @Technicaljankari2023
    @Technicaljankari2023 4 месяца назад

    Nice

  • @ffx4sagoryt955
    @ffx4sagoryt955 11 месяцев назад +3

    Tanmoy Saikiak mata please ba

  • @itsmithu4949
    @itsmithu4949 5 месяцев назад

    Aichengfa baar maat tu eman morom loga oiii

  • @purabigogoi6206
    @purabigogoi6206 Год назад +2

    Tumaluk duyuke bor val lage.

  • @jahnubhaskar962
    @jahnubhaskar962 Год назад

    আপুনি ইমান ভাল ভাল মানু মাতিছিল ।
    কিন্তু এইবাৰ এই হেৰি জনিক কিয় মতিলে নি ❓
    আপোনাৰ এইটো episode kin2 বেয়া পালোঁ দেই বা

  • @shristideka9682
    @shristideka9682 Год назад +2

    Dipandita bar interview lage

  • @backbencherkid
    @backbencherkid 9 месяцев назад +2

    Invite debo

  • @kenishaojah6185
    @kenishaojah6185 9 месяцев назад +2

    tai bhakhat hope naiba sapon r shabda duta ki nu .

  • @rekhadutta335
    @rekhadutta335 Год назад +2

    Deeplina mur khub prya.maram lage.

  • @sabyasachichatterjee8757
    @sabyasachichatterjee8757 Год назад +1

    দিদি, feel ki Kumar শানু attitude...?

  • @debasankardas1955
    @debasankardas1955 Год назад +3

    প্ৰথম comment

  • @PrakashGamer-ym1xq
    @PrakashGamer-ym1xq 4 месяца назад

    #vivekmadahi thanks for all views ❤

  • @PALLAB928
    @PALLAB928 Год назад +2

    Moi o confuse Dangar kun hoi aru Horu kun

  • @beastgaming347
    @beastgaming347 9 месяцев назад +2

    Neel akash k anibosun

  • @RajasriDas-mj6lw
    @RajasriDas-mj6lw Год назад +2

    Apuni theater nokore neki baa agote korisil nh

  • @sabyasachichatterjee8757
    @sabyasachichatterjee8757 Год назад

    Mam... Business..

  • @usharaniboruah044
    @usharaniboruah044 Год назад

    Question bur hundor lagil,,,,, kintu answers bur kiba ulta pulta lagil,,,,hudhese kiba koi kiba!!!!......j ki nohok duwuke bohut bhal lage

  • @salemanali8019
    @salemanali8019 Месяц назад

    Koushik dak matibo sun . Niribilir writer.😊

  • @SumonBorah-y2j
    @SumonBorah-y2j 8 месяцев назад +1

    Ashujya daak matibo sun
    Baa

  • @bastovphukan7483
    @bastovphukan7483 8 месяцев назад +1

    Nayan nilim daak mtiboo sun